মোৰ নাম নৱজীৎ দেউৰী । জন্ম ১৯৯৭ চনৰ ১৩ মে'ত । মই বৰ্তমান স্নাতকোত্তৰ পঞ্চম ষান্মাষীকৰ ছাত্ৰ হওঁ । লিখা মেলা মোৰ প্ৰিয় । কবিতা লিখি , পঢ়ি ভাল পাওঁ ।
No comments:
Post a Comment